Get Mystery Box with random crypto!

Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Movie - Jonak Axom

टेलीग्राम चैनल का लोगो jonakaxom — Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Movie - Jonak Axom A
टेलीग्राम चैनल का लोगो jonakaxom — Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Movie - Jonak Axom
चैनल का पता: @jonakaxom
श्रेणियाँ: समाचार
भाषा: हिंदी
ग्राहकों: 313
चैनल से विवरण

Best Assamese Quote, Assamese Status, Story, And News. JonaKaxom is one of the Assamese Best Website Blog In Assam
Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Film - Jonak Axom
Website www.jonakaxom.in

Ratings & Reviews

3.00

2 reviews

Reviews can be left only by registered users. All reviews are moderated by admins.

5 stars

0

4 stars

1

3 stars

0

2 stars

1

1 stars

0


नवीनतम संदेश 3

2021-06-29 10:38:31 মৃত্যু আগত আলেকজেণ্ডাৰে সেনাপতি সকলক কি কৈছিল জানেনে

মৃত্যু শয‍্যাত মহাবীৰ আলেকজেণ্ডাৰ তেওঁৰ সেনাপতি সকলক মাতি কৈছিল, মোৰ মৃত্যুৰ পিছত মোৰ তিনিটা ইচ্ছা তোমালোকে পূৰ্ণ কৰিবা।

১/ মোৰ প্ৰথম অভিপ্ৰায় হৈছে:

কেৱল মাত্ৰ মোৰ চিকিৎসাক সকলেই মোৰ কফিন বহন কৰিব।
২/ মোৰ দ্বিতীয় অভিপ্ৰায় হৈছে:

মোৰ কফিন যি পথেৰে লৈ যোৱা হ'ব,সেই পথেৰে মোৰ আৰ্জিত সোন ৰূপ ছটিয়াই থবা।
৩/ মোৰ শেষ অভিপ্ৰায়।

Join Telegram Group for more https:t.me/jonakaxom

কফিন বহন কৰা সময়ত মোৰ দুয়োটা হাত কফিনৰ বাহিৰত ওলমাই ৰাখিবা।
তেওঁৰ সেনাপতি সকলে এই ধৰণৰ বিচিত্ৰ অভিপ্ৰায়ৰ কিয় জানিবলৈ প্ৰশ্ন কৰিলে।
দীৰ্ঘ শ্বাস গ্ৰহণ কৰি আলেকজেণ্ডাৰে কৈছিল, মই দুনিয়াতৰ সন্মুখত এই তিনিটা শিক্ষা ৰাখি যাব বিচাৰোঁ!

১/ মোৰ চিকিৎসক সকলে কফিন বহন কৰিবলৈ এই কাৰণেই কৈছোঁ যে, চিকিৎসক সকলেও মানুহক জীয়াই তুলিব নোৱাৰে। তেওঁলোক ক্ষমতা হীন আৰু মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ অক্ষম।

২/ যোৱাৰ সময়ত পথত সোন ৰূপ ছটিয়াই ৰাখিবলৈ এই কাৰণেই কৈছোঁ যে, মৃত্যুৰ পিছত এটা ফুটা কৰিও মোৰ লগত নাযায়। এইবোৰ পোৱাৰ কাৰণে গোটেই জীৱন ব্যয় কৰিছিলোঁ কিন্তু একো নিবলৈ সক্ষম নহলো। মানুহে বুজি পাওঁক এইবোৰৰ পিছত লাগি থাকে মানে সময়ৰ অপচয় মাথো।

৩/ কফিনৰ বাহিৰত মোৰ হাত ওলিয়াই ৰাখিবলৈ এই কাৰণেই কৈছোঁ যে, পৃথিৱীৰ মানুহে বুজি পাওঁক যে পৃথিৱীত আগমণ কৰোতেও খালি হাতত আহিছোঁ। পৃথিৱীৰ পৰা বিদায় লৈ যাওঁতেও খালি হাতেৰে গৈ আছোঁ।

ভাল লাগিলে পোষ্টটো কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
47 views07:38
ओपन / कमेंट
2021-06-29 10:37:11 এজন ল'ৰাও ধৰ্ষিত হয় কিদৰে জানেনে?
.
যেতিয়া এজনী ছোৱালী পাঁচ বছৰ সম্পর্কৰ শেষত কয় ,
"তোমাৰ সৈতে মোৰ সম্পর্কটো ৰখা আৰু সম্ভব নহয় ,
আমি বন্ধু হৈ থাকিব পাৰিম " তেতিয়া ল'ৰাটো
চিৎকাৰহীন ভাবে ধর্ষিত হয়।
.
ল'ৰাটোৱে যেতিয়া হাজাৰটা আশা, অনুভূতি আৰু স্বপ্নৰে সজাই ভালপোৱাৰ পৃথিবীখন দেখুৱায়। আৰু
ছোৱালীজনী নিজৰ সুখৰ বাবে অন্য কাৰোবাৰ
হাতত হাত থৈ তাৰ পৃথিবীখন ভাঙি চুৰমাৰ কৰে
তেতিয়া সি নিমর্মভাবে ধর্ষিত হয়।
.
বহু বছৰৰ পুৰণি প্রেমিকক শুই যোৱা বুলি কৈ ছোৱালীজনীয়ে যেতিয়া ৰাতি ১ টাত নতুন প্রেমিকক, "মই তোমাক ভালপাও " কৈ ফোনত মগ্ন হৈ থাকে সিটোমুৰৰ পৰা পুৰণি প্ৰেমিকজনে বাৰবাৰ শুনে - "আপোনাৰ কলটো এতিয়া ব্যস্ত হৈ আছে" ল'ৰাজন তেতিয়া নিৰবেই ধর্ষিত হয়।
.
লৰাবোৰে চিঞৰি চিঞৰি কান্দিবলৈ নাজানে। সিহতে
দুঃখ লুকুৱাই মিচিকি হাঁহিৰে কবলৈহে পাৰে ,
"ভালেই আছো মই ,তুমিও ভালে থাকা "
.
লৰাবোৰে জোৰকৈ ছোৱালীৰ দেহ ভোগ কৰিব পাৰে, ল' ৰাবোৰ বেয়া হব পাৰে, চিগাৰেট হুপিব পাৰে, ড্ৰিকছ কৰিব পাৰে আৰু এওলোক ধর্ষিতও হবলৈ পাৰে।
.
ছোৱালীয়ে শাৰীৰিক ভাবে ল'ৰাক ধর্ষণ কৰিব নোৱাৰিলেও , ধর্ষণ কৰে সিহতৰ লালিত আশা, অনুভূতি
আৰু সপোনবোৰক । প্রতিনিয়ত মানসিক ভাবে ধর্ষণ,
শাৰীৰিক ধর্ষণতকৈ কোনো গুনেই কম নহয়।
.
পার্থক্য এটাই মাত্ৰ এটাৰ বিচাৰ হয় আৰু
আনটোৰ কোনো যুক্তিয়েই নাই।

ভাবানুবাদ

শ্বেয়াৰ কৰিব পাৰে
48 views07:37
ओपन / कमेंट
2021-06-28 18:27:51
61 views15:27
ओपन / कमेंट
2021-06-28 18:27:50
60 views15:27
ओपन / कमेंट
2021-06-28 17:53:17
65 views14:53
ओपन / कमेंट
2021-06-27 05:49:14 _সু-প্ৰভাত_
_ আজি দেওবাৰ_
_ ইংৰাজী ২০২১ চনৰ জুন মাহৰ ২৭ তাৰিখ ।_
_ অসমীয়া ১৯৪৩ শকৰ আহাৰ মাহৰ ১২ তাৰিখ ।_
_ আজি বছৰটোৰ ১৭৮ তম দিন,_
_(অধিবৰ্ষত ১৭৯ তম দিন)_
_বছৰটো শেষ হ'বলৈ ১৮৭ দিন বাকি)_

১৭৫৯ - আজিৰ দিনটোতে।কুইবেক যুদ্ধ আৰম্ভ হৈছিল।

১৯০০ - আজিৰ দিনটোতে স্বেন্ট্রাল লন্ডনত ইলেকট্রিক ৰেলৱৈ আৰম্ভ হৈছিল ।

১৯৯১ - চোভেনিয়া আৰু ক্রোয়েছিয়াৰ মাজত গৃহযুদ্ধ আৰম্ভ হৈছিল ।

১৯৯১ - আজিৰ দিনটোতে_
_বিখ্যাত ‘কমিউনিস্ট ইস্তেহাৰ’ৰ প্রথম সংস্কৰণৰ এটা কপি লন্ডনত লৈ যোৱাত, তাত ৬৮১০০ ডলাৰত বিক্রি হৈছিল ।

২০০৭ - আজিৰ দিনটোতে
গর্ডন ব্রাউন ব্রিটিছ প্রধানমন্ত্রীৰ দায়িত্ব গ্রহণ কৰিছিল ।

১৯৬৭ - আজিৰ দিনটোতে পৃথিৱীৰ প্ৰথম এটিএম (অটোমেটেড টেলাৰ মেচিন) স্থাপন কৰা হয় ইংলেণ্ডেৰ এনফিল্ড চহৰত ।

১৮৩৮ - আজিৰ দিনটোতে
"বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়"
উনিশ শতিকাৰ বাঙালী সাহিত্যিক আৰু সাংবাদিক গৰাকীৰ জন্ম হৈছিল । (মৃত্যু: ০৮/০৪/৮৯৪)

১৯১৫ - আজিৰ দিনটোতে
"আইদেউ সন্দিকৈ"
অসমীয়া অভিনেত্ৰী গৰাকীৰ জন্ম হৈছিল । (মৃ: ২০০২

১৯৩৯ - আজিৰ দিনটোতে
"ৰাহুলদেৱ বৰ্মন"
ভাৰতীয় সুৰকাৰ, সঙ্গীতশিল্পী গৰাকীৰ জন্ম হৈছিল । (মৃ.০৪/০১/১৯৯৪)

১৯৬৪ - আজিৰ দিনটোতে
"পি. টি. উষা"
ভাৰতৰ এথলেটিক, দৌৰ ৰাণী গৰাকীৰ জন্ম হৈছিল ।

১৯১৯ - আজিৰ দিনটোতে
"অমলা শংকৰ"
ভাৰতীয় ব্যালে নর্তকী গৰাকীৰ জন্ম হৈছিল ।(মৃ.২৪/০৭/২০২০)

১৮০৬ - আজিৰ দিনটোতে
"অগাস্টাস ডি মর্গান"
ভাৰতত জন্ম গ্রহণ কাৰী ব্রিটিছ গণিতবিদ ও যুক্তিবিজ্ঞানী গৰাকীৰ জন্ম হৈছিল । (মৃ. ১৮৭১)

১৮৮০ - আজিৰ দিনটোতে
"হেলেন কেলাৰ"
আমেৰিকান গুৰুত্বপূর্ণ লেখক আৰু ৰাজনৈতিক কর্মী গৰাকীৰ জন্ম হৈছিল । (মৃ.০১/০৬/১৯৬৮)

১৮৮৬ - চার্লি ম্যাককার্টনি"
বিখ্যাত অস্ট্রেলীয় ক্রিকেটাৰ গৰাকীৰ জন্ম হৈছিল । (মৃ. ১৯৫৮)

১৯০৩ - আজিৰ দিনটোতে
"সুবোধচন্দ্র সেনগুপ্ত"
ইংৰাজী সাহিত্যৰ দিকপাল শিক্ষক, শেক্সপিয়াৰ সম্পর্কে বিশেষজ্ঞ ও বিশিষ্ট সাহিত্য সমালোচক গৰাকীৰ জন্ম হৈছিল ।(মৃ.০৩/১২/১৯৯৮)

১৯২৪ - আজিৰ দিনটোতে
"বব এপলইয়ার্ড"
ইংৰাজ ক্রিকেটাৰ গৰাকীৰ জন্ম হৈছিল ।

১৯৩৯ - আজিৰ দিনটোতে
নীল হক"
অস্ট্রেলিয়ান ক্রিকেটাৰ আৰু ফুটবলাৰ গৰাকীৰ জন্ম হৈছিল । (মৃ. ২০০০)

১৯৫৫ - আজিৰ দিনটোতে
"ইজাবেল আদজানি"
ফৰাচী অভিনেত্রী গৰাকীৰ জন্ম হৈছিল ।

১৯৭৫ - আজিৰ দিনটোতে
"টোবি ম্যাগুইয়াৰ"
মার্কিন অভিনেতা ও চলচ্চিত্র প্রযোজক গৰাকীৰ জন্ম হৈছিল ।

১৯৮০ - আজিৰ দিনটোতে
"কেভিন পিটাৰচন"
দক্ষিণ আফ্রিকাত জন্মগ্রহণকাৰী বিশিষ্ট ইংৰাজ আন্তর্জাতিক ক্রিকেটাৰ গৰাকীৰ জন্ম হৈছিল ।

১৯৮৩ - আজিৰ দিনটোতে
"ডেল স্টেইন"
দক্ষিণ আফ্রিকাত জন্মগ্রহণকাৰী ক্রিকেটাৰ গৰাকীৰ জন্ম হৈছিল ।

২০০৮ - আজিৰ দিনটোতে
"শ্যাম মানেকশ"
ভাৰতীয় সেনাবাহিনীৰ প্রথম ফিল্ড মাৰ্চাল গৰাকীৰ মৃত্যু হৈছিল। (জ.০৩/০৪/১৯১৪)

১৯৯৮ - আজিৰ দিনটোতে
"নিখিল চক্রবর্তী"
নামি সাংবাদিক আৰু বিশিষ্ট ৰাজনৈতিক ভাষ্যকাৰ ও প্রচাৰ-ভাৰতীয়া বোর্ডৰ প্রথম চেয়াৰমেন গৰাকীৰ মৃত্যু হৈছিল । (জ.০৩/১১/১৯১৩)

২০০০ - আজিৰ দিনটোতে
"শঙ্কৰ ভট্টাচার্য"
ভাৰতীয় বঙালী চলচ্চিত্র পৰিচালক আৰু সাহিত্যিক গৰাকীৰ মৃত্যু হৈছিল ।

১৯২৮ - আজিৰ দিনটোতে
"উৎকলমণি গোপবন্ধু দাস"
ভাৰতৰ উৰিষ্যা ৰাজ্যৰ প্রখ্যাত সমাজ সংস্কাৰক আৰু কর্মী, কবি, সাংবাদিক ও প্রাবন্ধিক গৰাকীৰ মৃত্যু হৈছিল । (জ.০৯/১০/১৮৭৭)

১৮২৯ - আজিৰ দিনটোতে
"জেমচ স্মিথচন"
ইংলিছ বিজ্ঞানী ও দার্শনিক গৰাকীৰ মৃত্যু হৈছিল ।

১৮৪৪ - আজিৰ দিনটোতে
"জোচেফ স্মিথ"
আমেৰিকান ধর্মীয় নেতা গৰাকীৰ মৃত্যু হৈছিল । (জ. ১৮০৫)

১৯১২ - আজিৰ দিনটোতে
"জর্জ বোনৰ"
বিখ্যাত অস্ট্রেলীয় ক্রিকেটাৰ গৰাকীৰ মৃত্যু হৈছিল । (জ. ১৮৫৫)

১৯৫৭ - আজিৰ দিনটোতে
"ম্যালকম লাউৰি"
ব্রিটিছ কথাসাহিত্যিক গৰাকীৰ মৃত্যু হৈছিল ।

১৯৭৯ - আজিৰ দিনটোতে
"বন্দে আলী মিয়া"
বাংলাসদেশৰ প্রখ্যাত কবি, ঔপন্যাসিক, শিশু সাহিত্যিক সাংবাদিক আৰু চিত্রকৰ গৰাকীৰ মৃত্যু হৈছিল । (জ.১৫/১২/১৯০৬)

১৯৮৯ - আজিৰ দিনটোতে
"এ. জে. এয়াৰ"
ব্রিটিছ দার্শনিক গৰাকীৰ মৃত্যু হৈছিল । (জ. ১৯১০)

২০০১ - আজিৰ দিনটোতে
"জ্যাক লেমন"
আমেৰিকান অভিনেতা গৰাকীৰ মৃত্যু হৈছিল। (জ. ১৯২৫)

ধন্যবাদ
জয় আই অসম
65 views02:49
ओपन / कमेंट
2021-06-26 21:12:14
26 views18:12
ओपन / कमेंट
2021-06-26 20:59:25
24 views17:59
ओपन / कमेंट