Get Mystery Box with random crypto!

বিশ্বনাথ আৰু চৰাইদেউত দুখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় | Narendra Modi

বিশ্বনাথ আৰু চৰাইদেউত দুখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। ই অসমৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনি উন্নত কৰাত অৰিহণা যোগাব। যোৱা কিছুবছৰত ৰাজ্যখনে স্বাস্থ্যসেৱা খণ্ডত দ্ৰুত উন্নতি সাধন কৰিছে। ই কেৱল অসমকে নহয় সমগ্ৰ উত্তৰ-পুৰ্বাঞ্চলক লাভান্বিত কৰিছে।